Breaking News

শিৱসাগৰৰ আমগুৰি শ'ৰাগুৰি চাপৰিত ব্ৰহ্মপুত্ৰৰ ভয়াৱহ গৰাখহনীয়া আতংকিত অঞ্চলবাসী ৰাইজ,


ডিজিটেল সংবাদ, শিৱসাগৰঃ
 শিৱসাগৰৰ আমগুৰি শ'ৰাগুৰি চাপৰিত ব্ৰহ্মপুত্ৰৰ ভয়াৱহ গৰাখহনীয়া আতংকিত অঞ্চলবাসী ৰাইজ, বান নিয়ন্ত্ৰণ মন্ত্ৰী আৰু স্থানীয় বিধায়কে অঞ্চটোক আওকাণ কৰাৰ অভিযুগ শ'ৰাগুৰি চাপৰিত ব্ৰহ্মপুত্ৰৰ ভয়াৱহ গৰাখহনীয়া । শিৱসাগৰৰ আমগুৰি শ'ৰাগুৰি চাপৰিত ব্ৰহ্মপুত্ৰৰ ভয়াৱহ গৰাখহনীয়াত আতংকিত হৈ পৰিছে অঞ্চলবাসী ৰাইজ ।স্থানীয় অঞ্চলসমূহৰ লগতে এতিয়া বিপদ নামি আহিছে "আজান পীৰ দৰগাহ শ্বৰিফ"লৈ । য'ত প্ৰায় দুই শতাধিক লোকে বসবাস কৰা এখন গাঁৱৰ ৰাইজ এতিয়া উদ্বিগ্ন হৈ পৰিছে । যিকোনো মুহূৰ্ততে ব্ৰহ্মপুত্ৰৰ গৰাখনীয়া কৱলত নি়ঃশেষ হ'ব পাৰে শ'ৰাগুৰি চাপৰি । স্থানীয় ৰাইজে গৰাখনীয়া সন্দৰ্ভত বান নিয়ন্ত্ৰণ মন্ত্ৰী, স্থানীয় বিধায়কক অৱগত কৰিও বিফল হোৱাৰ অভিযুগ আনিছে । যদিও এই পৰ্য্যন্ত অসম চৰকাৰৰ তৰফৰ পৰা কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাই । যাক লৈ এতিয়া সংকিত আৰু আতংকিত হৈ পৰিছে বৃহত্তৰ অঞ্চলবাসী ৰাইজ ।

No comments