Breaking News

জাতীয় নায়ক বীৰ লাচিত বৰফুকনৰ ৪০০ তম জন্ম জয়ন্তী উপলক্ষে সমগ্ৰ ৰাজ্যৰ লগতে ধুবুৰীতো ধুবুৰী আৰক্ষীৰ বিশাল কুচ কাৱাজ অনুষ্ঠান অনুষ্ঠিত হৈছে।

ডিজিটেল সংবাদ, ধুবুৰীঃ জাতীয় নায়ক বীৰ লাচিত বৰফুকনৰ ৪০০ তম জন্ম জয়ন্তী উপলক্ষে সমগ্ৰ ৰাজ্যৰ লগতে ধুবুৰীতো ধুবুৰী আৰক্ষীৰ বিশাল কুচ কাৱাজ অনুষ্ঠান অনুষ্ঠিত হৈছে।ধুবুৰীৰ ৰজা প্ৰভাত চন্দ্ৰ বৰুৱা খেলপথাৰৰ পৰা পুৱা ৮.৩০ বজাৰ পৰা অসম আৰক্ষীৰ বিষয়া জোৱানৰ লগতে বি এছ এফ, চি আৰ পি এফ, এন চি চি আৰু স্কুলীয়া ছাত্ৰ ছাত্ৰী সকলে আগভাগ লৈছে এই বিশাল কুচ কাৱাজত । লগতে অতিৰিক্ত উপায়ুক্ত নৃত্য বিনোদ ওৱাৰীকে ধৰি ধুবুৰীৰ আৰক্ষী বিভাগৰ বহু উচ্চ পদস্ত বিষয়া সকল। ধুবুৰীৰ প্ৰভাত চন্দ্ৰ খেলপথাৰৰ পৰা আৰম্ভ কৰি এই কুচ কাবাচ নগৰ পৰিভ্ৰমণ কৰি আৰক্ষী চাউনিত অন্ত হব।

No comments