Breaking News

সদৌ অসম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় শ্বহীদ দিৱস

 


ডিজিটেল সংবাদ, সোণাৰিঃ 
সদৌ অসম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় শ্বহীদ দিৱস আজি চৰাইদেউ জিলা ছাত্ৰ সন্থাৰ উদ্যোগত সোণাৰিত অনুষ্ঠিত হৈছে। পুৱা আছুৰ ভাৰপ্ৰাপ্ত সভাপতি উৎপল শৰ্মাই পতাকা উত্তোলনেৰে কাৰ্যসূচীৰ শুভাৰম্ভ কৰে। ইয়াৰ পিছত আছুৰ সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱাই শ্বহীদ তৰ্পণ কৰাৰ পিছতে আছুৰ মুখ্য উপদেষ্টা সমূজ্বল কুমাৰ ভট্টাচাৰ্যয় অসম আন্দোলনৰ প্ৰথম গৰাকী শ্বহীদ খৰ্গেশ্বৰ তালুকদাৰৰ প্ৰতিচ্ছৱিত মাল্যাৰ্পণ কৰে। দিনৰ ভাগত মুকলি সভা অনুষ্ঠিত হব। 

No comments