Breaking News

বিজনীত শ্বহীদ দিৱস পালন


 ডিজিটেল সংবাদ, চিৰাংঃ 
বিজনীত শ্বহীদ দিৱস পালন  বিজনী আঞ্চলিক আছুৰ  সমগ্ৰ ৰাজ্যৰ লগতে চিৰাং জিলাৰ বিজনীতো পালন কৰা হয় শ্বহীদ দিৱস । বিজনী আঞ্চলিক ছাত্ৰ সন্থাৰ কাৰ্যালয় প্ৰাঙ্গনত থকা শ্বহীদ বেদীত  বন্তি প্ৰজ্বলন আৰু পুষ্পাঞ্জলি অৰ্পণ কৰে ডঃ সতদল ৰায়ে আৰু ছাত্ৰ সন্থাৰ পতাকা উত্তোলন কৰে বিজনী আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি সুদীপ চন্দ। বিজনী আঞ্চলিক ছাত্ৰ সন্থাৰ সম্পাদক প্ৰশন্ন বৰ্মনে আঁত ধৰা এই অনুষ্ঠানত শ্বহীদ পৰিয়ালৰ কেইবাজনো সদস্যৰ লগতে বিজনী আঞ্চলিক ছাত্ৰ সন্থাৰ সদস্য সকল উপস্থিত থাকে।

No comments