Breaking News

প্ৰকৃতি ৰক্ষাৰ বাবে ঐতিহাসিক চুক্তি

 


ডিজিটেল ডেস্ক:
ৰাষ্টসংঘৰ এখন সন্মিলনত জৈৱ-বৈচিত্ৰৰ  ৰ্শীষ পৰিৱেশ ধ্বংস নোহোৱা কৰিবলৈ দেশসমূহে এখন ঐতিহাসিক চুক্তি স্বাক্ষৰ কৰে  কপ ১৫ প্ৰকৃতি ৰ্শীষ সন্মিলনত সভাপত্বিত  কৰা চীনৰ পৰিবেশ মন্ত্ৰী হুৱাঙ ৰং  কিউ এ চুক্তি  টন গৃহীত হোৱা বুলি মন্ত্ৰালয়ত বহু নিশালৈ চলা পূৰ্ণাংগ ঘোষণা কৰে।কংগো গণতান্ত্ৰিক গণৰাজ্যৰ বাহিৰে ১৯০ খনৰো  অধিক দেশে চুক্তি খন  সমৰ্থন কৰে উক্ত  চুক্তি খনত  ভূমি ,মহাসাগৰ আৰু প্ৰজাতি বোৰক পদূষণ অৱক্ষয় আৰু জলবায়ু সংকটৰ পৰা ৰক্ষা কৰিবলৈ  লোৱা‌ হৈছে

No comments