Breaking News

২০২২ চনত অসমত প্ৰায় ৪৮ শতাংশ বৃদ্ধি হৈছে খুচুৰা বিনিয়োগকাৰীৰ


ডিজিটেল ডেস্ক:
 শ্বেয়াৰ বজাৰত বিগত প্ৰায় দুটা বছৰত অসমত বিনিয়োগ কৰাৰ এক প্ৰৱণতা গড় লৈ উঠা দেখা গৈছে  ৰাজ্যৰ বিভিন্ন প্ৰান্তত ষ্টক,মিউচুৱেল  ফাণ্ড আদিত বিনিয়োগ কৰা লোকৰ সংখ্যা বহুসংখ্যক বৃদ্ধি হৈছে ।শ্বেয়াৰ বজাৰত ২০২২ চনত অসমত প্ৰায় ৪৮ শতাংশ বৃদ্ধি হৈছে খুচুৰা বিনিয়োগকাৰীৰ।২০২২ চনত অসমত নতুনকৈ সংযোজন হৈছে ৮,১০,৫৬৯গৰাকী বিনিয়োগকাৰী।সমগ্ৰ দেশৰ ভিতৰতে সৰ্বাধিক বিনিয়োগকাৰী ৰাজ্যখন হৈছে  মহাৰাষ্ট্ৰ ৰাজ্যখনৰ বিনিয়োগকাৰী সংখ্যা হৈছে ২,৪৩,৩৪,০৮৩ গৰাকী ।বোম্বে ষ্টক এক্সচেঞ্জৰ তথ্য অনুসৰি ভাৰতত শ্বেয়াৰ বজাৰত বিনিয়োগকাৰীৰ মুঠ সংখ্যা ১২,১০৮৪,৬১৩ গৰাকী

No comments