Breaking News

উৰিষ্যাৰ ৰায়াগড়া হোটেল মাই ইন্টাৰনেচনেলত দুগৰাকী ৰাছিয়ান নাগৰিকৰ ৰহস্য জনক ভাৱে হোৱা মৃত্যুক লৈ চাঞ্চল্যৰ সৃষ্টি



 ডিজিটেল ডেস্ক...
উৰিষ্যাৰ হোটেলত সাংসদৰ আত্মহত্যা সহযাত্ৰীৰ মৃত্যুৰ শোকত আত্মহত্যাৰ পথ বাছি লয় সাংসদ গৰাকীয়ে উৰিষ্যাৰ ৰায়াগড়া হোটেল মাই ইন্টাৰনেচনেলত দুগৰাকী ৰাছিয়ান নাগৰিকৰ ৰহস্য জনক ভাৱে হোৱা মৃত্যুক লৈ চাঞ্চল্যৰ সৃষ্টি হৈছে, দুদিনৰ ভিতৰত ৰহস্যজনক মৃত্যু ঘটিছে উৰিষ্যাৰ হোটেলত। হোটেলৰ তিনি মহলাৰ পৰা পৰি মৃত্যু হয় সাংসদ পাভল এন্টভৰ জন্ম দিন পালন কৰি থকাৰ সময়তে তৃতীয় মহলাৰ পৰা পৰি মৃত্যুক সাৱটি ল়ব লগা হয়,ইফালে তিনিজন ৰাছিয়ান নাগৰিকৰ সৈতে জন্ম দিন পালন কৰিবলৈ আহিছিল লগত আছিল দিল্লীৰ এগৰাকী ট্যুৰিছ গাইড।দুদিন পূৰ্বে হ্ৰদৰোগত আক্ৰান্ত হৈ মত্যু বৰণ কৰা ভ্লাডিমি বিডেনভৰ হৈতে একে কক্ষত আছিল সাংসদ গৰাকী।এন্টভৰ মৃতদেহ ৰাছিয়ালৈ নিয়াৰ পৰিবৰ্তে উৰিষ্যাত শেষকৃত্য সম্পন্ন কৰা হয় সাংসদ গৰাকীৰ।

No comments