Breaking News

টাইৱানত সামৰিক সেৱাৰ বৃদ্ধি



ডিজিটেল ডেস্ক:
টাইৱানত সামৰিক সেৱাৰ বৃদ্ধি। চীনক প্ৰতিহত কৰিবলৈ দেশৰ প্ৰতিৰক্ষা শক্তিশালী কৰাৰ বাবে সামৰিক সেৱা বৃদ্ধি ।দেশখনৰ সৈতে সৃষ্টি হোৱা সংঘাতৰ মাজতেই টাইৱানে সামৰিক সেৱা এবছৰলৈ বৃদ্ধি কৰিছে বুলি ৰাষ্ট্ৰপতি ছাই.ইন.ৱেনে এখন সংবাদ মেলত এইকথা প্ৰকাশ কৰে।নব্বৈ দশকত ১৮বছৰ ঊৰ্ধৰ সকলো পুৰুষেই ৩বছৰ সামৰিক বাহিনীত সেৱা আবঢ়াইছিল কিন্তু পাছত সেইয়া এবছৰলৈ, ১০মাহলৈ,শেষত ৪মাহলৈ কমিবলৈ ধৰিলে ।প্ৰতিৰক্ষা শক্তিশালী কৰাৰ বাবে ৪মহীয়া সামৰিক সেৱা এবছৰলৈ  বৃদ্ধিৰ সিদ্ধান্ত লোৱা বুলি ৰাষ্ট্ৰপতি গৰাকীয়ে জনায় ।

No comments