Breaking News

মাতৃহাৰা হল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী

 


মাতৃহাৰা হল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী।  হীৰাবেন মোডীৰ ৩০ ডিচেম্বৰ পুৱা ৩.৩০ বজাত মৃত্যু হয়। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ১০০ বছৰ।


No comments