Breaking News

উচ্চতম ন্যায়ালয়ৰ পাঁচজনীয়া সাংবিধানিক বিমুদ্ৰাকৰণ সন্দৰ্ভত পীঠে ৰায়দান দিব ২জানুৱাৰীত,

                                                                              


ডিজিটেল ডেস্ক: উচ্চতম ন্যায়ালয়ৰ পাঁচজনীয়া সাংবিধানিক  বিমুদ্ৰাকৰণ  সন্দৰ্ভত পীঠে ৰায়দান দিব ২জানুৱাৰীত,  ১০০০ ,৫০০ টকাৰ নোট বন্ধ কৰি চৰকাৰৰ নিৰ্দেশক প্ৰত্যাহ্বান জনাই দাখিল কৰা আবেদন বোৰৰ শুনানিৰ  সময়ত দুয়ো পক্ষৰ যুক্তি শুনাৰ পাছত ৭ ডিচেম্বৰত শীৰ্ষ আদালতত ৰয়দান স্থগিত ৰাখিছিল ....কেন্দ্ৰৰ বিজেপি চৰকাৰ খনে ২০১৬ চনৰ ৮নবেম্বৰত আশ্বৰ্য্যজনক ভাৱে লোৱা বিমুদ্ৰাকৰণৰ পদক্ষেপক তৎকালিন ভাৱে লোৱা   অসাংবিধানিক আৰু ভাৰতীয় ৰিজাৰ্ভ বেংকৰ বিভিন্ন নীতিৰ  বিপৰীত বুলি দাখিল কৰা ৪০ খন আবেদন দাখিল হৈছিল। শীতকালীন বন্ধ হৈ থকা শীৰ্ষ আদালত ২জানুৱাৰীত খুলিব।আবেদনৰ শুনানিৰ বাবে গঠন কৰা সাংবিধানিক পীঠখনৰ  হৈ ৰায়দান দিব ন্যায়ধীশ বি আৰ গাভায়ে।  আনকেইগৰাকী  বিচাৰপতি হল এছ আব্দুল নাজিৰ , এ এছ বোপান্না ,বি ভি নাগাৰত্ন , আদি

No comments