Breaking News

বিধায়ক ভাস্কৰজ্যোতি বৰুৱাৰ স্থিতিক লৈ কংগ্ৰেছৰ ভিতৰত চৰাত ক্ষোভ আৰু অসন্তুষ্টি পৰিলক্ষিত হৈছে ।


 ডিজিটেল ডেস্কঃ তিতাবৰ সমষ্টিৰ বিধায়ক ভাস্কৰজ্যোতি বৰুৱাই  নিজৰ চোং সলাই শাসকীয় দলৰ সৈতে চলাই থকা গোপন সম্পৰ্কৰ বাবে আজি পুনৰ বিতৰ্কৰ সোমাই পৰিছে । বিধায়কজনৰ বৰ্তমানৰ স্থিতিক লৈ কংগ্ৰেছৰ ভিতৰত চৰাত তীব্ৰ ক্ষোভ আৰু অসন্তুষ্টি পৰিলক্ষিত হৈছে ।বৰুৱাই সুযোগ মিলাই প্ৰায়েই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ যোৰহাট আৰু গোলাঘাটৰ চৰকাৰী কাৰ্যসূচী অংশগ্ৰহণ কৰা পৰিলক্ষিত হৈছে ।  বিধায়ক বৰুৱাৰ এই কাৰ্যত তিতাবৰ কংগ্ৰেছীসকল মুঠেই সন্তুষ্ট নহয়

No comments