Breaking News

শিক্ষা বিভাগৰ নগ্ন স্বৰূপ ঢকুৱাখনাৰ এখন প্ৰাথমিক বিদ্যালয়ে উদঙাইছে!

 


ডিজিটেল সংবাদ,ঢকুৱাখনাঃ 
শিক্ষা বিভাগৰ নগ্ন স্বৰূপ ঢকুৱাখনাৰ এখন প্ৰাথমিক বিদ্যালয়ে উদঙাইছে! গছৰ তলত শিক্ষাৰ্থীয়ে গ্ৰহণ কৰে মধ্যাহ্ন ভোজন, নাই কোনো শ্ৰেণীকোঠা ঢকুৱাখনা প্ৰাথমিক শিক্ষা খণ্ডৰ অন্তৰ্গত খেৰকটা পঞ্চায়তত অৱস্থিত এইখন চৰকাৰী খণ্ডৰ বিদ্যালয় স্থাপিত হৈছিল ১৯৬৪ চনতে বিদ্যালয় খনৰ ৫টা শ্ৰেণীত শিক্ষা গ্ৰহণ কৰি আছে ৭৪ গৰাকী শিক্ষাৰ্থীয়ে।

No comments