Breaking News

নগাঁও জিলাত বিধায়ক ৰূপক শৰ্মাই অংগনবাড়ি কেন্দ্ৰ উদ্বোধন কৰে


 ডিজিটেল সংবাদ,নগাঁও: 
নগাঁও জিলাত বিধায়ক ৰূপক শৰ্মাই পাখীমৰিয়া সংহত শিশু উন্নয়ন প্ৰকল্পৰ অধীনত ৰনথলী-দেওধৰ, দেউৰীগাঁও নামঘৰ, বুঢ়াগোহাঁই থান, বৰক’লাত শুকুৰবাৰে একোটাকৈ অংগনবাড়ি  কেন্দ্ৰ উদ্বোধন কৰে তেওঁ লগতে কয় যে আজিৰ শিশু কাইলৈ দেশৰ সু-নাগৰিক ৷ এই শিশুসকলক সমাজত সু-নাগৰিক হিচাপে গঢ়ি তুলিবলৈ উপস্থিত শিশুসকলৰ মাতৃসকলক আহ্বান জনায়!অংগনবাড়ি কেন্দ্ৰটিৰ চাৰিসীমাৰ দেৱাল নিৰ্মাণৰ বাবে বিধায়ক ৰূপক শৰ্মাই বিধায়ক পুঁজিৰ পৰা আৰ্থিক সাহায্য দিয়াৰ কথা ঘোষণা কৰে ৷

No comments