Breaking News

প্ৰতিৰক্ষা বাহিনীৰ যুদ্ধ ক্ষমতা বৃদ্ধিৰ বাবে অস্ত্ৰশস্ত্ৰৰ অনুমোদন



ডিজিটেল ডেস্ক: ভাৰতীয় প্ৰতিৰক্ষা বাহিনীৰ যুদ্ধ ক্ষমতা বৃদ্ধিৰ প্ৰতি লক্ষ্য ৰাখি প্ৰতিৰক্ষা মন্ত্ৰালয়ে বৃহস্পতি বাৰে  ৮৪,৩২৮ কোটি টকাৰ  অস্ত্ৰ শস্ত্ৰ আহৰণত অনুমোদন জনায় ,তাৰ ভিতৰত গাইডেড বম, লঘূ টেংক, খেপণ অস্ত্ৰ, যুদ্ধ জাহাজ ,আদি। অস্ত্ৰশস্ত্ৰ আহৰণৰ ক্ষেত্ৰত প্ৰতিৰক্ষা মন্ত্ৰী ৰজনাথ সিঙৰ নেতৃত্বত থকা প্ৰতিৰক্ষা আহৰণ পৰিষদে অনুমোদন জনায়।টাৱাং জিলাৰ যাংচেত নিয়ন্ত্ৰন ৰেখাত ভাৰত চীনৰ সৈন্যৰ সংঘৰ্ষৰ পাছত উভয় দেশৰ মাজত উত্তেজনা বৃদ্ধিৰ সময়ত অস্ত্ৰশস্ত্ৰবোৰৰ আহৰণত ডি এ চি একচেপটেনছ অৱ নেচেছিটিত সেউজ সংকেত দিয়ে উপকূলৰক্ষী বাহিনী নৌ সেনা, বায়ু সেনা, ভাৰতীয় সেনা অস্ত্ৰশস্ত্ৰ ৰ লগতে বিভিন্ন বাহন আৰু সামগ্ৰী সমূহ ক্ৰয় কৰা হব।

No comments