Breaking News

ক'ভিডক লৈ মুখ্যমন্ত্ৰীৰ তাৎপৰ্যপূৰ্ণ মন্তব্য

 


ডিজিটেল ডেস্ক: 
দেশত নতুনকৈ ক'ৰোনাক লৈ চলি থকা চৰ্চাৰ মাজতে ৰাজ্যৰ মুখ্যমন্ত্ৰী ড°হিমন্ত বিশ্ব ৰ্শমাই এক বিশেষ মন্তব্য আগবঢ়ায় ।শৰ্মাই কয় যে ক'ৰোনা বৰ্তমান ভাৰতত অহা নাই চীনতহে ক'ৰোনাক লৈ সমস্যা হৈছে ।যোৱাবাৰ ৰাজ্য চৰকাৰ প্ৰস্তুত নাছিল কিন্তু এইবাৰ ক'ৰোনাৰ লগত যুঁজ দিবলৈ সক্ষম হৈ আছে।লগতে তেওঁ ৰাইজক আহ্বান জনায় যে ক'ৰোনাক লৈ  আতংকিত হব নালাগে মাথো সাৱধান অৱলম্বন কৰি চৰকাৰৰ নিষেধাজ্ঞা সমূহ মানি চলিবলৈ অনুৰোধ জনায়।যদি পৰিস্থিতি বেয়ালৈ যায় সময়ত পদক্ষেপ লোৱা হব বুলি ৰাজ্যৰ মুৰব্বী গৰাকীয়ে জানিব দিয়ে।বিৰোধী বিধায়ক অখিল গগৈয়ে ক'ৰোনাক লৈ ৰাজ্য চৰকাৰে ৰাজনীতি কৰা বুলি অনা  অভিযোগক পোনচাটেই নাসাৎ কৰে মুখ্যমন্ত্ৰী গৰাকীয়ে ।

No comments