Breaking News

নলবাৰীৰ সোনকুৰীহাত ৰাজধানী থিয়েটাৰ।


ডিজিটেল সংবাদ, নলবাৰী : 
নলবাৰী জিলাৰ ঘগ্ৰাপাৰ ৰাজচক্ৰৰ অন্তৰ্গত খাটিকুছি সোনকুৰীহা এছ পি মিলন ক্লাৱৰ উদ্যোগৰ সাহায্যাৰ্থে আমন্ত্ৰণ জনোৱা আগশাৰীৰ বাংলা নাট্য জগতৰ ৰাজধানী থিয়েটাৰৰ নাট মঞ্চস্থ, লোকে লোকাৰণ্য পৰিৱেশ সোনকুৰীহা খেলপথাৰ।ৰাজধানী থিয়েটাৰৰ গোন্ধ নাটখন আৰম্ভণিৰ আগতে মঞ্চ উদ্বোধন কৰে, নৱশক্তি এম ই স্কুলৰ অধ্যাপক নুৰুল ইছলামে। উদ্বোধনী অনুষ্ঠানত অইন বেলিৰ দৰে এইবেলিও সোনকুৰীহা যুৱ সমাজে বাংলা নাট্য জগতৰ আগহাৰী থিয়েটাৰেৰে দৰ্শকৰ লগতে হিন্দু মুছলমানৰ মাজত ভাতৃত্ববোধৰ নিদৰ্শন দাঙি ধৰিব বুলি জনাই।।

No comments