Breaking News

কৃষি কৰ্মৰে স্বাৱলম্বী যুৱক জিতু পংকজ বৰুৱা ।


ডিজিটেল সংবাদ, দেৰগাঁও: 
যি সময়ত ৰাজ্য খনৰ একাংশ যুৱকে কৰ্ম সংস্থাপন বিচাৰি  ৰ্বহি ৰাজ্যলৈ ধাপলি মেলিছে ,  তেনে সময়তে দেৰগাঁৱৰ নিৰ্কতৱতী ব্ৰহ্মপুত্ৰ অঞ্চলৰ লেমচাপৰি যুৱক জিতু পংকজ বৰুৱাই কৃষি কৰ্মৰে স্বাৱলম্বীতাৰ নিদৰ্শন ডাঙি ধৰিছে । ব্ৰহ্মপুত্ৰ চাপৰিৰ পলহোৱা ভূমিত ৪০ বিঘা মাটিত সৰিয়হৰ  খেতি কৰি স্বাৱলম্বীতাৰ সুন্দৰ নিদৰ্শন দাঙি ধৰিছে । পূৰ্বতেও জিতু পংকজে বিভিন্ন ধৰনৰ খেতি কৰি স্বাৱলম্বী হৈ আহিছে ।

No comments