Breaking News

নলবাৰীৰ বৰভাগত চাঞ্চল্যকৰ ঘটনা ৰৈ থকা অৱস্থাতে দপদপাই জ্বলি উঠিল এখন ইণ্ডিগ' বাহন


 ডিজিটেল সংবাদ , নলবাৰীঃনলবাৰীৰ বৰভাগত চাঞ্চল্যকৰ ঘটনা ৰৈ থকা অৱস্থাতে দপদপাই জ্বলি উঠিল এখন ইণ্ডিগ' বাহন অঞ্চলটোৰ ৰাইমাধাৰ শইকীয়াতোলাত সংঘটিত হৈছে এই ঘটনা ৰাইমাধাৰ আকবৰ আলীয়ে  দুমাহ আগতে ক্ৰয় কৰিছিল গাড়ীখন।সন্ধিয়া তেল ভৰাই আনি নিজৰ চৌহদত ৰাখি থৈ দিয়াৰ এক ঘণ্টা পিছতে হঠাৎ সংঘটিত হয় এই অগ্নিকাণ্ডৰ ঘটনা।স্হানীয় ৰাইজৰ সহায়ত জুই নুমুৱাৰ পিছত পলমকৈ উপস্হিত হয় অগ্নি নিৰ্বাপক বাহিনী।

No comments