Breaking News

তামুলপুৰ আজি অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা উপস্থিত।

 


ডিজিটেল সংবাদ, তামুলপুৰ: তামুলপুৰত আজি অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা উপস্থিত।  তামুলপুৰত চিকিৎসা মহাবিদ্যালয়ৰ ভূমি পূজন, লগতে কেইবাখনো দলঙৰ শিলান্যাস ।।তামুলপুৰ আজি  জিলাত প্ৰায় ৮৮২.21 কোটি টকা ব্যয় সাপেক্ষে বিভিন্ন উন্নয়ন মূলক প্ৰকল্পৰ অংশ হিচাপে জিলাখনৰ ভূটান সীমান্তৰ কুমাৰিকাটা কাউলী সংগযোগী পথৰ মেইগুড়িত ,মটঙা আৰু বাল্টি নদীৰ ওপৰত ,কুমাৰিকাটা জালাহ পথৰ খৈৰাণীত  পাগলদিয়া নদীৰ ওপৰত দুখনকৈ আৰ চি চি দলঙৰ আধাৰশিলা স্থাপন কৰা হয়।তাৰ পিছত তামুলপুৰ কঁচুৱাৰী ত চিকিৎসা মহাবিদ্যালয় স্থাপনৰ ভূমিপূজন কৰা হয়।লগতে নাগৰিজুলি আৰু কুমাৰিকাটা দুখন আদৰ্শৰ বিদ্যালয়ৰ আনুষ্ঠানিক ভাৱে উদ্বোধন কৰে ।লগতে 9 তা কৈ আদৰ্শ অঙ্গনবাৰী কেন্দ্ৰ আনুষ্ঠানিক ভাৱে উদ্বোধন কৰে। আজিৰ সভাত উপস্থিত থাকে ।BTR প্ৰধান প্ৰমোদ বড়ো, স্থানীয় বিধায়ক জলেন দৈমাৰী,তামূলপুৰ উপায়ুক্ত, আৰক্ষী অধীক্ষক,DC আৰু BJP ৰ কৰ্মকৰ্তা সকল।


No comments