Breaking News

এক শৰণ ভাগৱতী সমাজ অসমৰ সোণালী জয়ন্তী বৰ্ষৰ প্ৰাদেশিক অধিবেশন আৰু মহাপাল নামৰ আজি লাইখুটা ভাগি প্ৰতিষ্ঠা কৰা হয়।


ডিজিটেল সংবাদ, টিয়কঃ
একশৰণ ভাগৱতী সমাজ ,অসমৰ সোণালী জয়ন্তী বৰ্ষৰ প্ৰাদেশিক অধিবেশনৰ আৰু মহাপাল নামৰ লাইখুটা প্ৰতিষ্ঠা  এক শৰণ ভাগৱতী সমাজ অসমৰ সোণালী জয়ন্তী বৰ্ষৰ প্ৰাদেশিক অধিবেশন আৰু মহাপাল নামৰ আজি আচাৰ্য ইলাৰাম দাস বাপ ঈশ্বৰ ক্ষেত্ৰৰ মেলেং মেটেলিত গায়ন বায়ন সহ উৰুলিৰ ধ্বনিৰে জিলা,আঞ্চলিক, শাখাৰ পৰা অহা বাপ বান্ধৱ, আই মাতৃ,তৰুণ তৰুণী সমূহ ভকত বৈষ্ণৱৰ উপস্থিতিত  লাইখুটা ভাগি প্ৰতিষ্ঠা কৰা হয়। উল্লেখ যে ১৯ মাঘৰ পৰা ২২ মাঘ লৈ চাৰি দিনীয়া কৈ অনুষ্ঠিত হবলগীয়া এক শৰণ ভাগৱতী সমাজ অসমৰ সোণালী জয়ন্তী বৰ্ষৰ প্ৰাদেশিক অধিবেশন আৰু মহা পাল নামৰ অনুষ্ঠান ভাগি সফল ৰূপায়ন কৰি তুলিবলৈ আদৰণী সমিতি আৰু কেন্দ্ৰীয় সমিতিয়ে সকলো ৰাইজ তথা বাপ বান্ধব আই মাতৃ, তৰুণ তৰুণী একান্ত উপস্থিতি কামনা কৰিছে ।

No comments