Breaking News

ধুবুৰী সদৰ থানাৰ ভাষানিৰ চৰ গাওঁ পঞ্চয়তৰ বৌগলামাৰিত অঘটন ।

 


ডিজিটেল সংবাদ, ধুবুৰীঃ ধুবুৰী সদৰ থানাৰ ভাষানিৰ চৰ গাওঁ পঞ্চয়তৰ বৌগলামাৰিত অঘটন ।নিশা এগৰাকী মহিলাক হত্যা নিশা চিপ জৰী লৈ থকা অৱস্থাত উদ্ধাৰ আমিৰ মাণ্ডলৰ পত্নী আলিমা খাতুনৰ মৃত দেহ।নিশা হত্যা কৰি আত্মহত্যাৰ ৰূপ দিয়াৰ চেষ্টা পৰিয়ালৰ। মৃত মহিলা গৰাকীৰ শৰীৰত আছে আঘাতৰ চিন।ঘটনাস্থলীত উপস্থিত ধুবুৰী আৰক্ষীৰ দল।আৰক্ষীয়ে আটক কৰিলে স্বামী অমিৰ মাণ্ডলক।মৃত মহিলা গৰাকী একেখন গাওঁৰেই আলী হুছেইনৰ জীয়ৰী ।


No comments