Breaking News

নলবাৰী দহকাউনীয়াত ১২৫ সংখ্যক আঘোণৰ পূৰ্ণিমা ৰাজহুৱা সভা মহোৎসৱ ।


ডিজিটেল সংবাদ, নলবাৰীঃ 
নলবাৰী দহকাউনীয়াত  ১২৫ সংখ্যক আঘোণৰ পূৰ্ণিমা ৰাজহুৱা সভা মহোৎসৱ । সোমবাৰে নিশা গীত পৰিৱেশন কৰে হাৰ্টথ্ৰৱ জুবিন গাৰ্গে। দহকাউনীয়াত ১২৫ সংখ্যক আঘোনৰ পূৰ্ণিমা ৰাজহুৱা সভা মহোৎসৱত জুবিন গাৰ্গক চাবলৈ প্ৰায় হাজাৰ হাজাৰ মানুহৰ সমাগম হয়।

No comments