Breaking News

শৈৱ মহাসংঘৰ প্ৰতিষ্ঠা সমিতিৰ সংবাদ মেল


 ডিজিটেল সংবাদ, দেৰগাঁওঃ 
শৈৱ মহাসংঘৰ প্ৰতিষ্ঠা সমিতিৰ সংবাদ মেল সমগ্ৰ বিশ্বৰ শিৱ ভক্ত সকলক একত্ৰিত কৰা আৰু ভক্তি মাৰ্গৰ  এক আধ্যাত্মিক সংগঠন প্ৰতিষ্ঠা কৰা লগতে সনাতনি হিন্দু সকলৰ শৈৱ , চৈতন্য জগ্ৰত কৰা উদ্দেশ্য পোন প্ৰথম বাৰৰ বাবে আন্তৰাষ্ট্ৰীয় পয্যায়ত "শৈৱ মহাসংঘ" নামৰে এটি সংগঠৰ প্ৰতিষ্ঠা কৰা বাবে ২৫ ডিচেম্বৰ ২০২২ ত দেৰগাঁৱৰ বাপুজি মন্দিৰত আয়োজন কৰিছে

No comments