Breaking News

ট্ৰেকিং এক্সপ্লৰেশ্যনৰ ফ্লেগ অফ


                                                                          


ডিজিটেল ডেস্ক:  অসম পৰ্বতাৰোহণ সন্থাৰ উদ্যোগত অব্যাহত থকা ৫৪ সংখ্যক বাৰ্ষিক শৈলৰোহন প্ৰশিক্ষণ শিবিৰৰ লগতে ৩২ সংখ্যক শিশু প্ৰশিক্ষণ শিবিৰৰ সফল সামৰণি পৰে । প্ৰশিক্ষাথী সকলক প্ৰাকৃতিক পৰিবেশৰ সৈতে এক হৈ আজি অন্তিম দিনা প্ৰশিক্ষাথী সকলক গড় ভগা সংৰক্ষিত বনাঞ্চল ভিতৰ ভাগলৈ লৈ গৈ প্ৰশিক্ষণ দিয়া হয়।জয়ন্ত নাথ  সমন্যয়ক আৰু ধূর্ব হাজৰিকা ইনচাৰ্জ আছিল, বিভিন্ন ৰাজ্যৰ পৰা অহা ভিন্ন প্ৰান্তৰ মুঠ ৯০ গৰাকী প্ৰশিক্ষাথীয়ে প্ৰশিক্ষণ গ্ৰহণ কৰে । লগতে ৩২ সংখ্যক শিশুৰ  পৰ্বতাৰোহণ  প্ৰশিক্ষণ শিবিৰৰ সামৰণি পৰে ।৩১ ডিচেম্বৰলৈকে বৰাক উপত্যকাৰ শিলচৰৰ বৰাইল বন্যপ্ৰাণী অভৰায়ন্যত অনুষ্ঠিত হব লগা ট্ৰেকিং এক্সপ্লৰেশ্যনৰ ফ্লেগ অফ কৰে অসম পৰ্বতাৰোহণ সন্থাৰ সভাপতি ড দেবেন্দ্ৰনাথ মহন্তই।বন বিভাগৰ সহযোগত আয়োজিত এই ট্ৰেকিংএক্সপ্লৰেশ্যনত অসম পৰ্বত আৰোহণ সন্থাৰ ২৫ এটা জনীয়াদলৰ  সৈতে শিলচৰৰ অসম বিশ্ববিদ্যালয়ৰ এটা ৫ জনীয়া দলেও সহযোগ কৰিব।

No comments