Breaking News

শিৱসাগৰৰ নাজিৰা মঠিয়াছিগা আচল পথাৰত প্ৰকাণ্ড অজগৰ সাপ উদ্ধাৰ


ডিজিটেল সংবাদ, শিৱসাগৰঃ 
শিৱসাগৰৰ নাজিৰা মঠিয়াছিগা আচল পথাৰত প্ৰকাণ্ড অজগৰ সাপ উদ্ধাৰ সাপ ডাল উদ্ধাৰ কৰি বন বিভাগক খবৰ দিয়ে ৰাইজে শিৱসাগৰৰ নাজিৰা মঠিয়াছিগাত প্ৰকাণ্ড অজগৰ সাপ উদ্ধাৰ । শিৱসাগৰৰ নাজিৰাৰ মঠিয়াছিগা আচল পথাৰত আজি পুৱাই এটা প্ৰকাণ্ড অজগৰ সাপ অঞ্চলটোত মুকলি ভাৱে বিচৰণ কৰি ফুৰা স্থানীয় ৰাইজে প্ৰত্যক্ষ কৰি বন বিভাগক খবৰ দিয়ে । লগতে সাপ ডাল ৰাইজে উদ্ধাৰ কৰে । পৰৱৰ্তী সময়ত বন বিভাগৰ লোক আহি ঘটনাস্থলীত উপস্থিত হোৱাত তেওঁ লোকক অজগৰ সাপ ডাল চমজাই দিয়ে । অজগৰ সাপ ডালৰ ওজন প্ৰায় ২০ কেঃ জিঃ আৰু ৯ ফুট দীঘল । ইতিমধ্যে শিৱসাগৰ জিলা বন বিভাগে উদ্ধাকৃত অজগৰ সাপ ডাল জিম্মাত লৈ বনাঞ্চলত মুকলি কৰি দিয়াৰ কথা জানিব দিয়ে ।

No comments