Breaking News

দেৰগাঁৱত শনিবাৰে নিশা কাৰায়ত্ত কৰা দুই গৰু চোৰক আদালতলৈ প্ৰেৰন।


ডিজিটেল সংবাদ,দেৰগাঁওঃ
 দেৰগাঁৱত শনিবাৰে নিশা কাৰায়ত্ত কৰা দুই  গৰু চোৰক আদালতলৈ প্ৰেৰন।দেৰগাঁৱৰ ব্ৰহ্মপুত্ৰ অঞ্চলত কৃষকৰ গৰু  চোৰ  কৰি ত্ৰাসৰ   সৃষ্টি কৰা গভাইত গৰু চোৰ নগাঁৱৰ সোনাইবালি ইনামুল হক আৰু মুকলেচ আলিক  অৱশেষত শনিবাৰে নিশা আতক কৰি আজি জেল হাজোতলৈ প্ৰেৰন কৰে দেৰগাওঁ আৰক্ষীয়ে  ।দুই গৰু চোৰক দেৰগাঁও আৰক্ষী থানাৰ 173/22ৰ অধিনত ভাৰতীয় দণ্ডবিধি আইনৰ 380 IPC আৰু R/W Sec-13 আৰু Cattle Preservation Act 2021ৰ 11ৰ অধিনত জেল হাজোতলৈ প্ৰেৰন কৰে ।

No comments