Breaking News

নলবাৰীত ধান ক্ৰয় কেন্দ্ৰৰ শুভাৰম্ভণি অনুষ্ঠান।


 ডিজিটেল সংবাদ, নলবাৰীঃ 
নলবাৰীত ধান ক্ৰয় কেন্দ্ৰৰ শুভাৰম্ভণি অনুষ্ঠান।ধানৰ নিম্নতম সমৰ্থন মূল্য প্ৰতি কুইণ্টলত ২০৪০ টকা।ভাৰত চৰকাৰৰ অধীনস্থ কোম্পানী ৰাষ্ট্ৰীয় কৃষি বিপনন সমবায় সমিতি লিমিটেডৰ অধীনত নলবাৰী জিলাৰ ঘগ্ৰাপাৰ বৰচেনীকুছিত ধান ক্ৰয় কেন্দ্ৰৰ শুভাৰম্ভ কৰা হয়।ৰাষ্ট্ৰীয় কৃষি বিপনন সমবায় সমিতিৰ অধিনত মা কামাখ্যা এগ্ৰো মাৰ্কেটিং এণ্ড ট্ৰেডিং কো-অপৰেটিভ সংস্থাৰ উদ্যোগত অনুষ্ঠিত এই অনুষ্ঠানত ধান ক্ৰয় কেন্দ্ৰৰ শুভাৰম্ভ কৰে জিলা কৃষি বিষয়া যোগেশ্বৰ ৰাজমেধিয়ে।লগতে অনুষ্ঠানত উপস্থিত থাকে  ৰাজ্যিক কিষান মৰ্চাৰ  উপসভাপতি ধনেশ্বৰ ডেকা, মহকুমা কৃষি বিষয়া ছফিকুল ইচলাম, কৃষি উন্নয়ন বিষয়া কবিতা কৌৱৰ , কৃষি পৰিদৰ্শক দিপুল কলিতা

No comments