Breaking News

মহানগৰীৰ বশিষ্ঠত ভয়ংকৰ অগ্নিকাণ্ড।


ডিজিটেল সংবাদ, গুৱাহাটীঃ
 মহানগৰীৰ বশিষ্ঠত ভয়ংকৰ অগ্নিকাণ্ড। বশিষ্ঠৰ অমৃত নগৰ নেপালী বস্তিত সংঘটিত হয় এই অগ্নিকাণ্ডৰ ঘটনা। অগ্নিকাণ্ডত জাহ যায় কেইবাটাও বাসগৃহ। অগ্নিকাণ্ডত বিস্ফোৰিত হয় কেইবাটাও গেছ চিলিণ্ডাৰ। অগ্নিকাণ্ডত লক্ষাধিক টকাৰ সা-সম্পত্তি জুইত জাহ যোৱাৰ আশংকা কৰা হৈছে। বৰ্তমানলৈকে অগ্নিকাণ্ড সূত্ৰপাতৰ কাৰণ জানিব পৰা হোৱা নাই

No comments