Breaking News

বৰক্ষেত্ৰী সমষ্টিৰ লাউঠাৰি আৰু চতেমাৰীত দুটাকৈ অমৃত সৰোবৰ আঁচনিৰ শুভাৰম্ভ।


 ডিজিটেল সংবাদ, নলবাৰী: 
নলবাৰী জিলাৰ বৰক্ষেত্ৰী সমষ্টিৰ লাউঠাৰি আৰু চতেমাৰীত দুটাকৈ অমৃত সৰোবৰ আঁচনিৰ শুভাৰম্ভ কৰে। প্ৰায় ১৩ লাখ টকা ব্যয়ৰে ৰূপায়ণ কৰিব লগীয়া  এই আঁচনি দুখনে ৰাইজৰ উপকাৰ সাধন কৰিব বুলি আশা কৰা হৈছে। এই  আঁচনিখনে বৃহত্তৰ লাউঠাৰি নাৰায়নপুৰ ৰাইজ আৰু চতেমাৰী ৰাইজৰ বৃহৎ  উপকাৰ সাধন কৰাৰ লগতে  মৎস পালন কৰি অঞ্চলটিৰ ৰাইজৰ বৃহৎ উপকাৰ সাধন কৰিব বুলি আশা কৰা হৈছে। প্ৰধানমন্ত্ৰীৰ সপোনৰ আঁচনিখনৰ পৰা ৰাইজে কিমান দূৰ উপকৃত হ'ব সেয়া পৰৱৰ্তী সময়ত লক্ষণীয় হ'ব।গতিকে এই আচনিখনকো সঠিক দিশত বৰ্তাই ৰাখিবলৈ ৰইজৰ প্ৰতি আহবান জনায় উপস্থিত বিষয়াসকলে। অনুষ্ঠানটিত জিলা পৰিষদৰ সদস্য ৰিণ্ট চৌধুৰী,  Agricated Engineer অঞ্জন দাস, Assistant Engineer বিনোদ কুমাৰ দত্ত, Assistant Executive Engineer জাকিৰ হুছেইনৰ, লগতে কেবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত থাকে । আনহাতে সমষ্টিটোৰ চটেমাৰীটো ঘোগা পঞ্চায়তৰ সভানেত্ৰী ৰিজুমা বেগম,সমাজ কৰ্মি মস্তাফা আলীৰ লগতে বিষয়া কৰ্মচাৰীৰ উপস্থিটিত শুভাৰম্ভ কৰা অমৃত সৰোবৰ আঁচনি

No comments