Breaking News

ছিমলা অথবা শ্বিলঙৰ দৰেই দৃশ্য দেখিবলৈ পোৱা গ’ল উজনি অসমৰ মৰাণত।


 ডিজিটেল সংবাদ, মৰাণ: আপুনি পূৰ্বতে দেখিছিলনে এনে দৃশ্য? যেন বৰফৰ শুকুলা আচ্ছাদন! ছিমলা-মনালী নহয়, উজনি অসমত প্ৰচণ্ড তুষাৰপাতৰ নান্দনিক ৰূপ এইয়া । নিশাৰে পৰা হোৱা শিলাবৃষ্টিৰ ফলত বৰফৰ শুভ্ৰ আচ্ছাদনে আৱৰি ধৰিছে উজনিৰ প্ৰতিটো অঞ্চল । ছিমলা অথবা শ্বিলঙৰ দৰেই দৃশ্য দেখিবলৈ পোৱা গ’ল উজনি অসমৰ মৰাণত। পুৱাৰ ভাগতে মৰাণত দেখা গ’ল প্ৰকৃতিৰ অপৰূপ দৃশ্য যেন শ্বিলং অথবা কাশ্মীৰহে। মৰাণত কেতিয়াও নেদেখা দৃশ্য! পুৱাই শিলাবৃ্ষ্টিৰ ফলত চৌদিশে দেখা গ’ল শুভ্ৰ দলিচা।

No comments