Breaking News

সোণাৰিত অসম সাহিত্য সভাৰ ১০৫ সংখ্যক প্ৰতিষ্ঠা দিৱস পালন


ডিজিটেল সংবাদ, সোণাৰি: 
চৰাইদেউ জিলা সাহিত্য সভাৰ উদ্যোগত আৰু সোণাৰি শাখা সাহিত্য সভাৰ সহযোগত আজি অসম সাহিত্য সভাৰ ১০৫ সংখ্যক প্ৰতিষ্ঠা দিৱস পালন কৰা হয়। সোণাৰি মহাবিদ্যালয়ত এই উপলক্ষে আয়োজিত অনুষ্ঠানৰ আৰম্ভণিতে সাহিত্য সভাৰ পতাকা উত্তোলন কৰে জিলা সাহিত্য সভাৰ সভাপতি প্ৰিয়বৰ কোঁৱৰে। ইয়াৰ পিছত আয়োজিত শ্বহীদ তৰ্পণ অনুষ্ঠানৰ শুভাৰম্ভ কৰে সোণাৰি বিশিষ্ট সাংস্কৃতিক কৰ্মী, প্ৰাক্তন শিক্ষক মণি গগৈয়ে। 

No comments