Breaking News

দেৰগাঁৱৰ ৮০ উদ্ধৰ এগৰাকী আইতাৰ জীৱন গাঠা

 


ডিজিটেল সংবাদ,দেৰগাঁওঃ দেৰগাঁৱৰ ৮০ উদ্ধৰ এগৰাকী আইতাৰ জীৱন গাঠা..দেৰগাঁও বিধানসভা সমষ্টিৰ পূব  আহ্বান ব্ৰহ্মপুত্ৰ গাঁও পঞ্চায়ৰ অন্তৰ্গত লেমচাপৰি শলাবোৱা গাঁৱৰ এটি দুভৰ্গীয়া পৰিয়ালে চৰকাৰী আঁচনীৰ জৰিয়তে এটি গৃহৰ বাবে আহ্বান জনাইছে । মিনা বৰুৱা নামৰ ৮০ উদ্ধৰ এই গৰাকী আইতাৰ পৰিয়ালত নিজৰ বুলি মাত্ৰ এগৰাকী কন্যা সন্তান । জীৱন জীৱিকা প্ৰতি ভাবুকি অহা আইতাই এটি চৰকাৰী গৃহৰ আৱন্টন দিবৰ   স্থানীয় বিধায়ক ভৱেন্দ্ৰ  নাথ ভৰালী লৈ আহ্বান জনাইছে।

No comments