Breaking News

নুমলীগড়ৰ মৰঙিত হজ যাত্ৰী সকলৰ সুবিধাৰ বাবে শাখা কাৰ্যালয় মুকলি


ডিজিটেল সংবাদ,নুমলীগড়ঃ নুমলীগড়ৰ মৰঙিত হজ যাত্ৰী সকলৰ সুবিধাৰ বাবে শাখা কাৰ্যালয় মুকলি ৷নুমলীগড় শোধনাগাৰৰ সমীপৰ লেটেকুচাপৰিত অল হাৰামাইন হজ উমৰাহ টুৰচ্ অফ ইণ্ডিয়াৰ, উমৰাহ টুৰচ্ অফ অসমৰ শাখা কাৰ্যালয়  মুকলি কৰে ৷ হজ যাত্ৰী সকলৰ সকলো সা - সুবিধা , পাচপোৰ্ট, ভিছাৰ লগতে মদিনালৈ যোৱা গোলাঘাট, যোৰহাটৰ সকলো যাত্ৰীৰ উন্নত মানদণ্ডৰ থকা খোৱাৰ ব্যবস্থা লাভ কৰাৰ ক্ষেত্ৰত  উমৰাহ টুৰচ্ অফ অসমে কাম কৰিব ৷ হজ যাত্ৰী সকলে যোগাযোগৰ বাবে কাজি চিৰাজুল ইছলামক 8638642248, 7638050988 আৰু 7002686330 নম্বৰত যোগাযোগ কৰিব পাৰিব ৷ ঘৰতে বহি এনে সমূহ সুবিধা লাভ কৰিব । এনেধৰণৰ কাৰ্যালয় মুকলি হোৱাত ইচলামধৰ্মী  লোকসকল উৎফুল্লিত হৈ পৰিছে ।

No comments