Breaking News

ভূমিৰ প্ৰমাণ পত্ৰ প্ৰদান মেলা


ডিজিটেল সংবাদ, চিৰাংঃ 
বিটিআৰ চৰকাৰৰ উদ্যোগত  ১২ ডিচেম্বৰৰে  পৰা অহা ২২ ডিচেম্বৰলৈ বিটিআৰ ভূমি মেলা। চিৰাং জিলাৰ বিজনী ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়তো সোমবাৰে  অনুষ্ঠিত  ভূমিৰ প্ৰমাণ পত্ৰ প্ৰদান মেলা । যোৱা ৬ ডিচেম্বৰলৈ বিজনী ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ত মুঠ ১৪৫ খন আবেদন পত্ৰ দাখিল। সোমবাৰে  আনুষ্ঠানিকভাৱে  ১৫ গৰাকী লোকলৈ ভূমিৰ প্ৰমাণ পত্ৰ প্ৰদান  ।

No comments