Breaking News

বাহঁগুৰি মণ্ডল সমল কেন্দ্ৰৰ উদ্যোগত ৰাইজৰ উৎসৱ পালন ।


 ডিজিটেল সংবাদ , দেৰগাঁওঃ 
বাহঁগুৰি মণ্ডল সমল কেন্দ্ৰৰ উদ্যোগত ৰাইজৰ উৎসৱ পালন ।দেৰগাঁৱৰ নিকৰ্তৱতী ব্ৰহ্মপুত্ৰ অঞ্চলৰ মিলনপুৰ মিছিং প্ৰাথমিক বিদ্যালয়ত আজি ৰাইজৰ উৎসৱ পালন কৰা হয় । বাহঁগুৰি মণ্ডল সমল কেন্দ্ৰৰ উদ্যোগত দহ(১০)বিদ্যালয়ৰ মাজত অনুষ্ঠিত । অনুষ্ঠানত ছাত্ৰ ছাত্ৰী আৰু অভিভাৱক সকলক লৈ এক শোভাযাত্ৰা কৰা হয় ছাত্ৰ-ছাত্ৰী মাজত চিত্ৰাংকন প্ৰতিযোগিতা , বিভিন্ন নৃত্য, গীত আৰু ৰচী টনা আৰু ভেকচন  প্ৰতিযোগিতা অনুষ্ঠিত হয় । অনুষ্ঠিত অভিভাৱক সকলৰ মাজত মিউজিক চেয়াৰ প্ৰতিযোগিতা হয় । অনুষ্ঠানটিত স্থানীয় ৰাইজৰ লগতে অভিভাৱক সকলে পূৰ্ণ সহযোগিতা আগবঢ়াই । বঁটা বিতৰনী সভাত স্থান প্ৰাপ্ত সকলক পুৰস্কিত কৰা হয়

No comments