Breaking News

উজনি দিহিং বনাঞ্চলত আলফা স্বাধীনৰে সংঘৰ্ষ

                                                                           


                                                                          

ডিজিটেল সংবাদ, দুলিয়াজান: উজনি দিহিং বনাঞ্চলত আলফা স্বাধীনৰে সংঘৰ্ষ।  তিনিচুকীয়া আৰক্ষীৰ ভাষ্যক নস্যাৎ কৰিছে আলফা স্বাধীনে। পূৰ্বপৰিকল্পিতভাৱে এই ঘটনা সংঘটিতৰ কৰাৰ অভিযোগ আলফা স্বাধীনৰে। এক প্ৰেছ বিজ্ঞপ্তিৰ জৰিয়তে সংগঠনটোৰ কোনো সদস্য উক্ত অঞ্চলত আশ্ৰয় গ্ৰহণ কৰি থকা নাই। অসম আৰক্ষীয়ে দায় সাৰিবলৈ হৈ পূৰ্ব পৰিকল্পিতভাৱে উক্ত ঘটনা সংঘটিত কৰিছে বুলি বিবৃতিটোত উল্লেখ কৰিছে। ৰাইজক বিভ্ৰান্তি কৰিবলৈ লোৱা এই চেষ্টা। এয়া কোনো নতুন কথা নহয় বুলি বিবৃতিটোত উল্লেখ কৰিছে।

No comments