Breaking News

ডিগবৈ-পেঙেৰী পথৰ ঢেকিয়াজানত সন্দেহযুক্ত আলফা-আৰক্ষীৰে গুলীয়াগুলী


  ডিজিটেল সংবাদ, দুলিয়াজান:
বন্ধ কৰি দিয়া হৈছে ডিগবৈ পেঙৰী পথ  গুলীয়াগুলীত আহত হৈছে অমৃত মুখীয়া(২৯) নামৰ এজন সাধাৰণ যুৱক। অমৃত মুখীয়াৰ ভৰিত গুলীবিদ্ধ। চিকিৎসাৰ বাবে নিশাই তিনিচুকীয়ালৈ প্ৰেৰণ কৰিছিল যদিও আহত অমৃত মুখীয়াক উন্নত চিকিৎসাৰ বাবে  ডিব্ৰুগড় মেডিকেল কলেজ হস্পিতেল প্ৰেৰণ কৰিছে।পুৱা চাৰি বজাৰ পৰা চলিছিল গুলীয়াগুলীৰ ঘটনা। বৰ্তমান অব্যাহত আছে আৰক্ষী-সেনাবাহিনীৰ অভিযান । অঞ্চলজুৰি তীব্ৰ চাঞ্চল্য।

No comments