Breaking News

বোকাখাতৰ চহলা বগীপথাৰত পুৱাই গড়ঁ আক্ৰমণ ।


ডিজিটেল সংবাদ, বোকাখাটঃ
 বোকাখাতৰ চহলা বগীপথাৰত পুৱাই গড়ঁ আক্ৰমণ । গড়েঁ আক্ৰমণ  কৰি প্ৰাণ ল'লে এজনৰ   চহলা বগীপথাৰৰ নিবাসী তাৰাচন চৌধুৰী নামৰ ৭০ বছৰীয়া লোকজন নিহত । পুৱা ৬ মান বজাত গৰু এৰাল দিবলৈ যাওঁতেই পথাৰতে গড়েঁ আক্ৰমণ কৰে তাৰাচন চৌধুৰীক ।কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ পৰা ওলাই অহা গড়েঁ সংঘটিত কৰে এই ঘটনা ।ঘটনাস্থলীত বোকাখাত আৰক্ষী উপস্থিত নিহত তাৰাচন চৌধুৰীৰ মৃতদেহ মৰোনোত্তৰ পৰীক্ষাৰ বাবে গোলাঘাটলৈ প্ৰেৰণ ।

No comments