Breaking News

শিৱসাগৰৰ নামতি আলি ৰে'ল ষ্টেচনৰ কাষত পুৱাই অঘটন নাগালেণ্ড এক্সপ্ৰেছৰ খুন্দাত থিতাতে নিহত হল এজন ব্যক্তি


 ডিজিটেল সংবাদ, শিৱসাগৰঃ 
শিৱসাগৰৰ নামতি আলি ৰে'ল ষ্টেচনৰ কাষত পুৱাই অঘটন নাগালেণ্ড এক্সপ্ৰেছৰ খুন্দাত থিতাতে নিহত হল এজন ব্যক্তি শিৱসাগৰৰ আমগুৰি নামতি আলি ৰে'ল ষ্টেচনৰ সমীপত আজি পুৱা নাগালেণ্ড এক্সপ্ৰেছৰ খুন্দাত নিহত হয় এজন ব্যক্তি । ব্যক্তি জন কালুগাঁও পাহি গাঁওৰ নিবাসী জিতেন নেওগ ওৰফে বিকাশ নেওগ বুলি জানিব পৰা গৈছে । নাগালেণ্ড এক্সপ্ৰেছ অহাৰ সময়তে ৰে'ল লাইনৰ নিচেই কাষতে ৰৈ আছিল ব্যক্তি জন । দুৰ্ভাগ্যবশত দ্ৰুতবেগী ৰে'ল খনে মহতিয়াই নিয়ে বিকাশ নেওগক । যাৰ ফলত থিতাতে নিহত হয় ব্যক্তি জন ।

No comments