Breaking News

সোণাৰিত অব্যাহত আছে হাতী মানুহৰ সংঘাত।


 ডিজিটেল সংবাদ, সোণাৰিঃ 
সোণাৰিত অব্যাহত আছে হাতী মানুহৰ সংঘাত। কালি নিশা অভয়পুৰ সংৰক্ষিত বনাঞ্চলৰ পৰা খাদ্যৰ সন্ধানত হাতীৰ জাক এটাই নাফুক চাহ বাগিচাৰ বাহবাৰী ২ নম্বৰ লাইনৰ চাৰিটা শ্ৰমিক পৰিয়ালৰ ঘৰ ভাঙি তাহিলং কৰে। হাতীৰ জাকটোৱে পৰিয়াল কেইটাৰ ঘৰ ভাঙি শ্ৰমিক পৰিয়াল সমূহৰ ঘৰত থকা খাদ্য সামগ্ৰী আৰু ধান খাই ব্যাপক অনিষ্ট সাধন কৰে। 


No comments