Breaking News

দেৰগাঁৱৰ ওপৰটেমেৰা চাৰি আলিত আৰক্ষী প্ৰশাসনৰ বিৰুদ্ধে ৰাইজৰ প্ৰতিবাদ ।


ডিজিটেল সংবাদ,দেৰগাঁওঃ
 দেৰগাঁৱৰ ওপৰটেমেৰা চাৰি আলিত আৰক্ষী প্ৰশাসনৰ বিৰুদ্ধে ৰাইজৰ প্ৰতিবাদ ।গৰু চুৰিৰ ঘটনাত নিৰ্দোষী যুৱকক আটক কৰাৰ অভিযোগ ৰাইজৰ । বিনা চুক্তিত মুক্তিৰ ৰাইজৰ ।শনিবাৰে নিশা আৰক্ষীৰ জালত পৰিছিল দুখনকৈ বিলাসী গাড়ীসহ দুটা গৰু চোৰ এই গৰু চোৰ কৰায়ত্ত কৰাত আৰক্ষীক সহযোগ কৰা যুৱককে আটক কৰাৰ অভিযোগ কেইবাজনো যুৱকক আটক কৰি হাৰাশাস্তি কৰাৰ অভিযোগ আৰক্ষীৰ বিৰুদ্ধে  আৰক্ষীয়ে চোৰ ধৰিব নোৱাৰি সহযোগ কৰা লোককহে আটক কৰিছে বুলিছে মন্তব্য প্ৰতিবাদকাৰীৰ আৰক্ষীৰ বিৰুদ্ধে ওলাই আহিছে শতাধিক লোক 

No comments