Breaking News

শতায়ুগৰকা প্ৰধামন্ত্ৰী নৰেন্দ্ৰ মোদীৰ মাতৃ হীৰা বেনৰ স্বাস্থ্যৰ অৱনতি,



ডিজিটেল ডেস্ক: শতায়ুগৰকা প্ৰধামন্ত্ৰী নৰেন্দ্ৰ মোদীৰ মাতৃ হীৰা বেনৰ স্বাস্থ্যৰ অৱনতি,হঠাৎ মাতৃ হীৰা বেনৰ স্বাস্থ্যৰ অৱনতি ঘটাৰ ফলত আহমেদাবাদৰ ইউ এন মেহতা চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়,নিশা উশাহ নিশাহ লোৱাত কষ্ট পোৱাৰ বাবে  হীৰাবেনক ভৰ্তি কৰোৱা হৈছিল। বৰ্তমান তেওঁ সুস্থ বুলি জানিব পৰা গৈছে , চিকিৎসকৰ এটা দলে কোৱা মতে তেখতৰ স্বাস্থ্য পৰীক্ষা নিৰীক্ষা বৰ্তমানো অব্যাহত আছে।ইফালে মাতৃৰ স্বাস্থ্য বুজ লবলৈ উপস্থিত হয় প্ৰধামন্ত্ৰী নৰেন্দ্ৰ মোদী। মাতৃৰ সৈতে ভালেমান সময় কটাই মোদীয়ে, ইয়াৰোপৰি গুজৰাটত মুখ্যমন্ত্ৰী ভূপেন্দ্ৰ পেটেলৰ উপৰিও ৰাজ্যৰখনৰ একাংশ মন্ত্ৰী উপস্থিত হৈ স্বাস্থ্যৰ বুজ লয়।ইফালে মোদীৰ গৃহ চহৰ বদনগৰৰ হাটকেশ্বৰ মন্দিৰত সুস্বাস্থ্যৰ বাবে প্ৰাথনা জনায় ।

No comments