Breaking News

মেৰাপানীত চুলাই ঘাটিত আৱকাৰী বিভাগৰ উচ্ছেদ অভিযান।

 


ডিজিটেল সংবাদ, মেৰাপানী: মেৰাপানীৰ বিভিন্ন ঠাইত কাঠফুলাৰ দৰে গঢ় লৈ উঠিছে চুলাই মদৰ ঘাটি।পুনৰ সাৰ পালে আৱকাৰী বিভাগে। মেৰাপানীত কাঠফুলাৰ দৰে গঢ় লৈ উঠা চুলাই ঘটিত পৰিল আৱকাৰী বিভাগৰ হাতোৰা। আজি পুৱাই মেৰাপানীৰ নাৰায়ণপুৰ, নৱগ্ৰাম,বিজয়পুৰকে ধৰি কেইবাখনো গাওঁত আৱকাৰী বিভাগৰ আভিযান,অভিযানত প্ৰায়... লিটাৰ চুলাই মদ আৰু বিলাতী সুৰা জব্দ কৰাৰ লগতে.. এজন লোকক আটক কৰিবলৈ সক্ষম হয়। উল্লেখযোগ্য যে মেৰাপানীৰ দাঁতিকাষৰীয়া অঞ্চলত ব্যাপক হাৰত বৃদ্ধি পাইছিল চুলাই মদৰ ঘাটি। কিন্তু এই সমুহ নিয়ন্ত্ৰণ কৰাত ব্যৰ্থ হৈছিল আৱকাৰী বিভাগ। শেহতীয়াকৈ বিধান সভাৰ মজিয়াতো চুলাই মদে স্থান দখল কৰাৰ পাছতে সৰৱ হৈ পৰিছে আৱকাৰী বিভাগ।

No comments