Breaking News

পুনৰ আকৌ এবাৰ টাইৱান আৰু চীনৰ মাজত তীব্ৰ বিবাদৰ সৃষ্টি, ২৪ ঘণ্টাত চীনে সংঘৰ্ষ বৃদ্ধি কৰি টাইৱান আকাশ মাৰ্গলৈ ৭১খন বিমানযুদ্ধ প্ৰেৰণ


ডিজিটেল ডেস্ক....পুনৰ আকৌ এবাৰ টাইৱান আৰু চীনৰ মাজত তীব্ৰ বিবাদৰ সৃষ্টি হৈছে ,২৪ ঘণ্টাত চীনে সংঘৰ্ষ বৃদ্ধি কৰি টাইৱান আকাশ মাৰ্গলৈ ৭১খন বিমান যুদ্ধ প্ৰেৰণ কৰে।যুদ্ধ বিমান খনেৰে টাইৱানৰ সমীপত ,চীনে সমুদ্ৰ পথ,আৰু আকাশ মাৰ্গত যুদ্ধ কৰে,যুদ্ধ বিমান কেইখনৰ ভিতৰত ছয়খন চুখয় ৩০ পাৰমাণৱিক অস্ত্ৰ কঢ়িয়াব পৰা এইচ ৬ বোমাৰু বিমানও আছে ।উল্লেখযোগ্য যে আমেৰিকাই প্ৰতিৰক্ষা বাজেটত বিৰাশী হাজাৰ কোটি টকা আৰু আন সাহায্য দিয়াৰ প্ৰস্তাৱ কৰিছে,যিটো চীনে অলপো সহ্য কৰিব পৰা নাই,চলিত বৰ্ষত চীনে টাইৱানৰ আকাশ মাৰ্গত ৪৭ বাৰ যুদ্ধ বিমান উৰুৱাইছিল ,টাইৱানৰ প্ৰতিৰক্ষা মন্ত্ৰালয়ে দাবী কৰা মতে চীনে দেশ খনৰ সাব্বভৌম এলেকাত প্ৰবেশ কৰাটো ডাঙৰ প্ৰচেষ্টা।

No comments