Breaking News

ট্ৰেংকোলাইজ কৰা নাহৰফুটুকী বাঘটো কাজিৰঙালৈ লৈ গৈছে

 


ডিজিটেল সংবাদ, টিয়ক: 
যোৰহাটৰ চটাইৰ বৰ্ষাৰণ্য গবেষণা প্ৰতিষ্ঠান চৌহদত নাহৰ ফুটুকীৰ সন্ত্ৰাস,, ২৪ ঘণ্টাৰ পাছত বন বিভাগে টেংকুলাইজাৰ কৰিবলৈ সক্ষম হয়,কালি পৰা কৰ্তব্যৰত বন কৰ্মী সহ কেইবাজনো লোকক আক্ৰমণআতংকৰ সৃষ্টি কৰা নাহৰফুটুকী বাঘটোক ট্ৰেংকো লাইজ কৰাৰ পাছত স্হানীয় আৱাসিক এলেকাত সুস্থিৰ পৰিৱেশ বিৰাজ কৰিছে বন বিভাগক ইতিমধ্যে ধন্যবাদ জ্ঞাপন কৰিছে আৱাসিক এলেকাৰ লোক সকলে আৱাসিক এলেকাৰ লোক আৰু বাঘ থকাৰ আশংকা কৰিছে যদিও বন বিভাগৰ লোক সকল বৰ্ষাৰণ্য গৱেষণা প্ৰতিষ্ঠানত  হস্তম হৈ থাকিব বুলি জানিবলৈ দিছে ট্ৰেংকোলাইজ কৰা নাহৰফুটুকী বাঘটো ইতিমধ্যে কাজিৰঙালৈ লৈ গৈছে বাঘটো যথেষ্ট পৰিমাণে আঘাতপ্ৰাপ্ত

No comments