Breaking News

সোণাৰিত আসাম ষ্টেট পাৱাৰ ৱ'কাৰছ ইউনিয়ৰ প্ৰতিবাদী কাৰ্যসূচী


ডিজিটেল সংবাদ, সোণাৰি:
পুৱা ৬ বজাৰ পৰা ইউনিয়নৰ কৰ্মচাৰী সকলে সোণাৰিৰ বিদ্যুৎ বিভাগৰ কার্যলয়ৰ সন্মুখত সাব্যস্ত কৰে প্ৰতিবাদ।কৰ্মচাৰী সকলে ২৪ ঘন্টীয়া কলম আৰু সঁজুলি বন্ধ কাৰ্যসূচী ৰূপায়ণ কৰে।


No comments