Breaking News

পেঙেৰীৰ খাটাংপানীত বন্যহস্তীৰ অস্বাভাৱিক মৃত্যকলৈ তীব্ৰ চাঞ্চল্য


 ডিজিটেল সংবাদ, দুলিয়াজান: 
মাৰ্ঘেৰিটাৰ মহকুমাৰ অন্তৰ্গত পেঙেৰী খাটাংপানীত নিশা এটি বনৰীয়া হাতী অস্বাভাৱিক মৃত্যুকলৈ অঞ্চলজুৰি তীব্ৰ চাঞ্চল্য সৃষ্টি হৈছে।খাটাংপানী খণ্ড বন আঞ্চলিক কাৰ্যলয়ৰ অন্তৰ্গত মানমৌজান পথাৰত আজি পুৱা মৃত অৱস্থাত উদ্ধাৰ হয় মৃত বন্যহস্তীটো।ডিগবৈ বনাঞ্চলৰ পৰা খাদ্য সন্ধানত উলাই অহা বন্যহস্তীটো কেনেকৈ মৃত্যু হ'ল বৰ্তমানলৈকে জানিব পৰা হোৱা নাই।

No comments