Breaking News

শুক্ৰ বাৰে নিশা ধুবুৰী চহৰৰ ১৬ নং ৱাৰ্ডত এজন যুৱকৰ মৃতদেহ উদ্ধাৰ ।


ডিজিটেল সংবাদ, ধুবুৰীঃ শুক্ৰ বাৰে নিশা ধুবুৰী চহৰৰ ১৬ নং ৱাৰ্ডত এজন যুৱকৰ মৃতদেহ উদ্ধাৰ । দুজনক আটক আৰক্ষীৰ ধুবুৰী ৰেলৱেৰ পুখুৰীৰ  পৰা উদ্ধাৰ মৃতদেহটো। মৃতদেহটো ১৬ নং ৱাৰ্ডৰ কৃষ্ণ বিশ্বাস ওৰফে বৈদ্য বিশ্বাস বুলি চিনাক্ত।ঘৰৰ সন্মুখতে থকা এটি পুখুৰীৰ পৰা আৰক্ষী আৰু SDRF য়ে  উদ্ধাৰ কৰে বিশ্বাস ওৰফে বৈদ্য বিশ্বাসৰ মৃতদেহটো ।মৃত্যুৰ কাৰণ এতিয়ালৈকে জানিব পৰা নাই। যদিও আৰক্ষীয়ে প্ৰাথমিক তদন্তত দুজনক আটক কৰি থানালৈ নিয়ে।সম্প্ৰতি ধুবুৰী আৰক্ষীয়ে মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে ধুবুৰী মেডিকেল কলেজ হস্পিতল লৈ প্ৰেৰণ কৰিছে ।

No comments