Breaking News

জম্মু কাশ্মীৰত ১১৫টা সংঘৰ্ষৰ ফলত ১৮০টা সন্ত্ৰাসবাদী নিহত

                                                                             


ডিজিটেল ডেষ্ক....জম্মু কাশ্মীৰত বিগত সম়চোৱাত সন্ত্ৰাসবাদীৰ বিৰুদ্ধে নিৰাপত্তা বাহিনীয়ে চলাই অহা সংঘৰ্ষৰ প্ৰতিবেদন দাঙি ধৰা হৈছে।২০২২ বৰ্ষ পাৰ হবলৈ মাজত মাথোঁ কেইটামান মূহূৰ্ত বাকী , তথ্য অনুযায়ী ৩৬৫ দিনত কাশ্মীৰ উপত্যকাত ১১৫টা সংঘৰ্ষৰ সূত্ৰপাত হৈছিল সংঘৰ্ষৰ ফলত ১৮০টা সন্ত্ৰাসবাদী নিহত হৈছিল,তাৰ ভিতৰত ৫০টা  পাকিস্তানী সন্ত্ৰাসবাদীও আছিল ৩২জন সাধাৰণ নাগৰিকও নিহত হৈছিল সংঘৰ্ষটোত। ইফালে সন্ত্ৰাসবাদীৰ লগত জৰিত থকা ১৩০ জনৰো অধিক লোকক গ্ৰেপ্তাৰ কৰিছে নিৰাপত্তা বাহিনীয়ে।নিহত সন্ত্ৰাসবাদী সকলৰ মাজত বহু কেইগৰাকী শীৰ্ষ নেতাও আছিল।প্ৰতিবেদন খনে সদৰি কৰা মতে ,কাশ্মীৰ উপত্যকাত সংঘৰ্ষৰ লস্কৰ ই তৈবাৰ সন্ত্ৰাসবাদী নিহত হৈছে বুলি জানিব পৰা গৈছে।

No comments