Breaking News

এখন নতুন অসমীয়া ছবি 'পথ উপপথ' এ এম টেলিভিছনৰ বেনাৰত ৰ্নিমাণ কৰা হব ।

 


ডিজিটেল ডেস্ক: মুনিন বৰুৱাৰ একমাত্ৰ সন্তান  মানস বৰুৱাৰ  পৰিচালনাত ৰ্নিমাণ হব এখন নতুন অসমীয়া ছবি  'পথ উপপথ' ২৮ ডিচেম্বৰৰ পৰা দৃশ্য গ্ৰহণ হবলগীয়া  ছবিখন এ এম টেলিভিছনৰ বেনাৰত ৰ্নিমাণ কৰা হব ।সঞ্জীৱ নৰায়ণ আৰু ডঃ অক্ষতা নাৰায়ণে ছবি খন প্ৰযোজনা কৰে ছবি খনত অভিনয় কৰিব বাহাৰুল ইছলাম, গুঞ্জন ভৰদ্বাজ, ৰাজেশ ভূঞা, উদয়ন দুৱৰা,ভাস্কৰ তামুলী, অশ্ৰুমণি বৰা,নৱাগতা,অংগশ্ৰী নেওগ, অংকিতা সিনহাকে ধৰি বহুতো ন-পুৰণি শিল্পীয়ে।সংগীত পৰিচালনা কৰিছে যতীন ৰ্শমাই গীত সমূহত কন্ঠ দান কৰিছে সিদ্ধাৰ্থ হাজৰিকা, শাশ্বতী ফুকন আৰু কৃষ্ণা বেওৰাই।

No comments